Diburu Noi (English) [ IPA: [IPA] ASM: ডিব্ৰু নৈ]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-27
    1. River(Proper Noun-Neuter) A tributary of Brahmaputr in upper Assam ডিব্ৰু নৈ বা ডিবুৰু নৈ। ডিব্ৰু নৈখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে৷